Zubeen da
জুবিন দা তুমি সঁচাই অসমখনক এৰি কিও গ'লা | তুমি সঁচাই গলা নেহ বাৰু আমাক এৰি। মই মনি লব পৰা নাই আৰু নোৱাৰোঁ, মই মনিলব। কেনেকৈ কিদৰে নিজক সান্তনা দিও। সৰুৰে পৰা তোমাৰ গান শুনি ডাঙৰ হৈছো। সকলো ভাল বেয়া দিনত তোমাৰ গানে জীপাল তুলি ছিলে আমাৰ মনবোৰ। সোক দুখ , আনন্দ, ফূৰ্তিত বিহুগীতলৈ , নামঘৰৰ পৰা ভাগৱত সাৰলকৈ মাথোঁ তোমাৰ গীতৰ সুৰ । এনেকুৱা লাগে যেন তুমি প্ৰতিটো ভাল বেয়া সময়ত অমৰ লগত ৰবা। এতিয়া কোৱাচোন কেনেকৈ মানিলম বাৰু। তুমি নথাকাত চোন বতৰতেও ফেকুৰী ফেকুৰো কান্দিছে, গছ লতা লতিকাও চোন জঠৰ হয় গৈছে আৰু ব্ৰহ্মপুত্ৰ খনো যেন নিঠৰ হৈ ৰৈ আছে । ঘূৰি অহা চোন জুবিন দা । "উভতি চোৱা" গান শুনিলে তোমাক এবাৰ কব মন গৈছে চোৱা না ঔ ... তোমাৰ মৰমৰ অসম খনক এবাৰ চোৱা না ঘূৰি ...তোমাৰ বিহীন নাই আৰু... উঠা না । ভাল হৈ কেনেকৈ আগত উঠিছিলা আজিও উঠা না এবাৰ আকৌ চোৱা না আমাক আকৌ এবাৰ । আজি তুমি নোহোৱা মনটো বৰ দুখ পায়ছো প্ৰখা কৰিবলৈ টান, জানা! তোমাক লগ কৰা আশা বেদনাবোৰ বুকুত সামৰি থলো সেয়েহে শুনিব মন গৈছে I AM BACK ! LET'S ENJOY. তুমি মাত দিয়া সোণ আমি সকলো বোৰ তোমাৰ অপেক্ষত ৰৈ আছো । তুমি আছা মই জানো আমাৰ মনত, অমৰ হৃদয়ত বতাহত আছা তুমি। মাত্ৰ তোমাৰ দেহ তুহ নাই কিন্তু তুমি আছা মই জানো। নোৱাৰোঁ মনিলবো তুমি ময়াবিনি হৈ ৰাতিৰ বুকুত দেখা পাওঁ তোমাক ছবিত । কেৱল তোমাৰ প্ৰতিধ্বনি হুনো মই জনসমুদ্ৰৰ ভিৰৰ মাজত কেৱল ফুলৰ শর্যতে তুমি লৈছা । তুমি জুবিন দা উঠা চিঞৰি চিঞৰি আজি জনতাই তোমাক মতিছে তুমি কিও ইমান যোৰ নিন্দ্ৰ ভাও ধৰিচা । বেয়া পাইছোঁ তোমাক উঠা সোণ উঠা ... Please get up zubeen da!
Poetry Books 50% Off
Bestselling collections from top poets
