সময়
ধুমুহাৰ সতে খেলি আছো - লুকাভাকু । দুখে আহি জিৰাই মোৰ বুকুত সপোন উটি ভাহি যায় বোঁৱতী সোঁতত । নিস্তব্ধতাত পাৰহৈ ক'ত ৰাতি আনন্দৰ পৰিধি এতিয়া বহু যোজন দুৰত ।। ----------------- পৱন ডেকা
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
