স্বৱক
তুমি মোৰ কলিজা ৰ কেছা তেজৰ সতে ফাকু খেলা বাবে মই এতিয়া সেন্দূৰৰ ৰঙা ৰং ঘৃণা কৰো ...... তুমি বৰষুণ হৈ সৰি পৰিবা বুলিয়েই মই কলা ডাৱৰ বেয়া পাও তুমি সপোন হৈ ভুমুকি মাৰিবা বুলিয়েই মই উজাগৰি ৰাতি পাৰ কৰো .... কেতিয়াবা মোৰ ভাৱনাত তোমাৰ উপস্থিতিৰে চহকী আছিলো মই এতিয়া তোমাৰ অনুপস্থিতি কাম্য প্ৰেমিক চণ্ডাল মই কাহানিবা মোৰ শব্দবোৰ তোমাৰ প্ৰশংসা ত পৈণত হৈছিল এতিয়া মোৰ শব্দবোৰে তোমাৰ শাব্যিক বলাৎকাৰ বিচাৰে
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
