মোৰ কোঠালিটোৰ বাৰ্তা
মোৰ কোঠালিটো মোৰ এক গুপ্ত লিপি যত মই মোৰ মনৰ, মোৰ হৃদয়ৰ বাৰ্তা বাক্যৰে বুজাব নালাগে। মোৰ কোঠালিটোয়ে জানে মই কিহৰ টোপোলা লৈ আগবঢ়িছো; মোৰ কোঠালিটোৰ চাল খনে কয়: লক্ষ্য আগত ৰাখা । মোৰ কোঠালিটোৰ ঘড়ি টোয়ে কয়: প্রতিটো মিনিট মূল্যবান । মোৰ কোঠালিটোৰ খিডীকি খনে কয়: জগত (বিশ্ব) খন চোৱা । কেলেন্ডাৰ খনে কয়: নিজকে সমসাময়িক (up-to-date)কৰা । মোৰ আইনা খনে কয়: নিজক জানা । আৰু মোক অহা-যোৱাত সহায় কৰা মোৰ দুৱাৰ খনে কয়: PUSH HARD TO ACHIEVE YOUR GOALS.
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
