"চিনাকি মূখখন ৰাজনীতি হল."
এক নতুন পথ নাম, ক্ষমতা, মন কৰিলেই চন স্মৃতিৰ ঘৰ এৰি আজি তুমি জনতাৰ ভীৰত জনতাৰ মাজত নেত্ৰী মই অকলশৰীয়া পথচাৰী অভিনয় শেষ, সংসাৰ শেষ, এটা প্ৰশ্ন — মই তোমাৰ ক'ত হেৰালো
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
