প্ৰেমৰ বৰষুণ
ৰঙা -নীলা হালধীয়া নে সেউজীয়া ৰং কেনেকুৱা দেখিও নেদেখিলো ভাষা কেনেকুৱা বুলিও নুবুজিলো তথাপি সুখে-দুখে আন্ধাৰে-জোনাকে বৰষুণ মাথোঁ বৰষুণ... কেতিয়াবা নামি আহে বুকুৱেদি কেতিয়াবা নামি আহে চকুৱেদি কেতিয়াবা আকৌ বৰষুণ নিজেই জুৰুলি-জুপুৰি হয় প্ৰেমৰ বৰষুণত তিতি-বুৰি । -Kanishka Saha
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
