গোলাপ
কাঁইটত বাস নানাৰঙী পাহ, সুবাসো পৰাণ জুৰুৱা ঋতুৱে ঋতুৱে বিকশা। ফুলৰ ৰাণী তুমি অনুপমা প্ৰেমৰ প্ৰতীক তুমি নজহা-নপমা,, প্ৰসাধনতো প্ৰয়োজনীয় তোমাৰ নিৰ্য্যাস তুমি ব্যাধিৰো বিনাশ।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
