অনুমতি
ক'ত পালা তুমি এনে সুকোমল হাঁহি; তাতকৈ আৰু মৰমৰ তোমাৰ চকুজুৰি | বৰ কুমলীয়া ধুনীয়া উজ্জ্বল গোলাপ এপাহী যেনে; ঈশ্বৰে তোমাক বৰ মোহ লগা কৰি স্ৰজিছিল তেনে | যদিহে তুমি দিয়া অনুমতি, আৰম্ভ কৰিব বিচাৰো আমাৰ প্ৰেম কাহিনী; হ'বনে তুমি মোৰ আগন্তুক জীৱনৰ সংগী |
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
