তুমাৰ স্মৃতি ❤
কিমান দিন যে হল' , তুমাক দেখা পোৱাৰ কিমান সময় যে পাৰ হল' তুমাৰ মাতটি শুনাৰ । মই বৰ অধৈর্যক হৈ পৰিছো , তুমাক নেদেখি । তুমাৰ মাত নুশুনি ।। কেতিয়াবা , কেতিয়াবা ভাবো , পদূলিলৈ গলে তুমাক দেখা পাও নেকি ? কিন্তু পদূলিটোৱেও চোন , মোৰ আশাত চেচা পানী ঢালে ।। আমাৰ চিনাকী হোৱাৰ বেছি দিন হোৱা নাই ।। চিনাকীৰ মিঠা মৰমৰ সম্পর্কৰ মাজত বান্ধ খাব ধৰিছিলো হে ! মই তুমাক এৰি আহিছো যদিও , মই তুমাক পাহৰা নাই ।। তুমাক মই সদায়ে ভাৱো ,, জীৱনৰ প্রতিটো পলতেই মই তুমাক বিচাৰো । সেয়ে মই তুমাক ভাবি কবিতা, লিখি আছো,,। য'ত কল্পনা কৰিছো তুমাক লৈ মোৰ ৰঙীণ পৃথিৱী,,,,।।।।।🖋.... chaya...
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
