...🍂
কিছুমান মানুহৰ নিজৰ জীৱনত বহুত গুৰুত্ব,,মৰম,, ভালপোৱা সকলো দিয়াৰ পাছত ও আঁতৰি যায়,, হয় ,, ভুল তেওঁৰো নহয় সময়ে সকলোকে সলনি কৰে আপোন মানুহ বোৰো।।🙂কিছুমান ভুল বুজাবুজি,, ভুল সিধাত্ব য়ে এটা সম্পৰ্ক ভাঙি সূৰ্ণবিচুৰ্ণ কৰি পেলাই । সময় ৰ মেৰপাকত পৰি আঁতৰি যোৱা আপোন জনক ৰখাবোও নোৱাৰি,,মাথোঁ আঁতৰি যায় তেওঁ,,সকলো শেষ হৈ পৰে,, সকলো,,, মাথোঁ ৰৈ যায় হেই মধুৰ স্মৃতি বোৰ । 🙂যিবোৰে ৰাতিৰ নিদ্ৰা কাহি উপলদ্ধি কৰাই যে তুমি কিমান অকশৰীয়া । মিছা হাঁহি এটা লৈ জীয়াই থকাটো সহজ নহয়,,,,,
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
