ৰদৰ বৰণ
মোৰ তেজ বিৰিঙি উঠা শুকান ওঠত এটি গান যাযাবৰী নিশাৰ । ৰৌদ্ৰ উত্তাপত থানথিত হেৰাল শব্দ সুৰৰ ঝংকাৰ, ধিমিকি বলা বতাহত সৰাপাতৰ খপজপ ।। ------------ পৱন ডেকা
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →