যাত্ৰা...
: শৰতৰ পূৰ্ণিমাৰ শেষ প্ৰহৰ অন্ত হোৱাৰ সময় সমাগত যাদৱ, জীৱন জীয়াই যোৱাৰ দুর্বাৰ কামনাক নৱ আলোকেৰে উদ্ভাসিত কৰিব নোৱাৰোঁনে আমি?? : নিশ্চয় সুপ্ৰভা। সৃষ্টি কৰি নতুন আভাক জিলিকাম আমি সুদূৰ ভৱিষ্যতলৈ , এক নবীন প্ৰতিশ্ৰুতিৰে...। সাক্ষী হওঁক চন্দ্রমা, সাক্ষী হওঁক শাৰদীয় পূৰ্ণিমা....(!!) ( কল্পনাৰ আধাৰত লিখিত) — পংখী🍃
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
