যাৰ নাম ------------ প্ৰেম
জীৱনতো ৰামধেনু বুলিয়া হয় পদপথত পাৰি দিয়ে ফুলৰ দলিছা আলফুলে সমীৰেও চুই যায় অধৰতো বোলাই যায় ৰঙা গোলাপেৰে 💮 অভাৱৰ নিচেই ঠেক জখলাডাল বগাই যাবলৈকো শংকিত নহয় ..🍂 বিনিদ্ৰ নিশাৰ শেতেলিত মোৰ বুকুৰ ডঁৰিয়লিত আলফুলকৈ এটি কবিতা গজে🌼 পূৰ্ণতাই লাভ নকৰোঁতেই অন্তৰ্ধান হ 'ল সেই আস্থাবিহীন প্ৰেম শব্দহীন ভাষাৰে, এবুকু অমানিশা 🌑
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
