অনুভৱ
: ব্যস্ত আছা নেকি? : নাই কোৱা কিবা হল নেকি? : নাই হোৱা অ' : তোমাৰ ইমান ৰাতি টোপনি অহা নাই? : আহিছে শুৱাৰ আগতে গান এটা শুনাব মন গল। : অহ আটছা! : খিৰিকী খন খোলা : কিয়? : যিটো কৈছো কৰা : ৰবা খুলিছো :কি দেখিছা : ইমান এন্ধাৰ : জানা তুমি লগত থকাৰে পৰা এন্ধাৰ বোৰলে ভয় নলগা হৈছে : আই ঐ' কি যে হব লৰাটো : আৰু জানা এতিয়া ৰাতিবোৰ মোৰ প্ৰিয় হৈ পৰিছে : মোৰো একেই দিয়া 'তোমাৰ প্ৰত্যকটো শব্দ মোৰ হ্ৰদয়ত গান হৈ বাজে : মোৰ কাৰনে তুমি জোনাকী হবা? : জোনাকী কিয়? : কাৰন : কি? : "মাতিলেই নামি অহা জোনাক শিচি দিও বুকুতে মই তোমাক যি কথা বতাহে কঢ়িৱাব নোৱাৰে যি কথা আকাশে খুলি বুজাব নোৱাৰে,,,," : ৱাহ! ইমান ধুনীয়া, তুমি কিয় ইমান ভাল? : কাৰন ," তুমি যেন মোৰ এটি জি উঠা ৰাতি ' নামি আহা তৰাৰ ঘূমতি ভাঙি,,,"
Poetry Books 50% Off
Bestselling collections from top poets
