অ' জুবীন দা, তুমি উভতি আহা
অ' জুবীন দা, তুমি উভতি আহা সেই শৱধাৰাৰ পৰা আকৌ জীয়াই উঠা আমাৰ অশ্ৰুয়ে নিগৰী নিগৰী কেৱল তুমাক ম্মৰিছে আমাৰ অন্তৰে ভাঙি ভাঙি তুমাৰ অপেক্ষা কৰিছে সেই মায়াবিনী জগতৰ পৰা অসমলৈ উভতি আহা ছিংগাপুৰৰ গভীৰ সাগৰ তলিৰ পৰা জীয়াই উঠা আমি তুমাক আদৰিবলৈ সৰুসজাইত সমবেত হৈছো তুমাৰ মায়াবিনী গীত শুনিবলৈ বহু আশাবাদী আছো এই সমস্ত পৃথিৱীক তুমি ভূল বুলি প্ৰমাণিত কৰা সৌ শৱধাৰাৰ পৰা অসম ভূমিলৈ উভতি আহা
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
