মোৰ দুচকুত তুমি
কত ফাগুনে হেচুকি যায় মোৰ উশাহত । বতাহত ৰঙা আবিৰৰ নাচোন । ৰৈ আছে ফাগুন তোমাৰ কথাকে কবলে । মন দাপোনত তোমাৰ প্ৰতিচ্ছবি ।। -----------' পৱন ডেকা
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →