কলৰৱৰ প্ৰান্তত
একো বাকী নাই, নহ'বৰে কথা পৃথিৱী যে এতিয়া জ্বলিছে আৰু জ্বলাই মাৰিছে নিজক; শত শত জনক। এতিয়া যে একোৱেই নাই নাই মৃত্যুৰ ভয় নাই কোনো হাই-উৰুমী; নাই কোনো মহাপ্ৰলয়, এতিয়া আছে মাথোঁ হতাশা, বেদনা আৰু মৰাশৰ লানি লানি শাৰী। জ্বলিছে দেশ,জ্বলিছে ৰাজ্য আৰু জ্বলিছে জুইৰ দৰে ভৱিষ্যত - বৰ্তমান এতিয়া যে নাথাকিব সোণোৱালী ইতিহাস। সকলো যে এতিয়া বন্দী এটা একজীৱীৰ হাতত, যিয়ে ৰংমনেৰে খেলি আছে জীৱন - মৰণৰ নাটক।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
