আৱৰণ
ওৰণিখনে মেৰিয়াই তোমাক সজালে ন কইনা সাজে । ওৰণিখনে ভেটিলে ৰ'দ,বতাহৰ ধুলি । নিসংগ বতাহজাকে তোমাক চুব পৰা নাই হৃদয়ৰ আৱৰণ খুলি ।। --------------- পৱন ডেকা
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →