বতাহ
দিনটো আছিল বমন্তৰ শেষত একজাক উৰিগল বতাহত মই একবাৰে থমকি ৰৈ গলোঁ সেই বতাহত। কিবাতো আছিল সেই বতাহৰ মাজত কিয়োনো মই এজন ভ্রমন কাৰি কিয় ৰৈ গলো বতাহটো চাই খিনি। বতাহটো সেই বসন্তৰ নিচিনা আহি গোছি যাব কিন্তু বসন্ত আকৌ আহিলে সেই বতাহটো কেতিয়াও নাহিব। ~zn_pandu
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
