* স্তব্ধ ৰাতিত *
নিঃশব্দ ৰাতিত বাজে এটি সুৰ । সুৰৰ প্ৰতিধ্বনিত নামি আহে সহস্ৰাব্দৰ সপোন । গীটাৰৰ তাৰত বাজি উঠে গান । উৰুঙা মোৰ পজাঁ , সুৰুঙা বিচাৰি বতাহেও জোকাৰি যায় নিঃশব্দত কপি উঠে মোৰ তাজমহল । সাৰে থাকে মাথো এটি জোনাকী এটি গোলাপ পাহি ।। ____________ পবন ডেকা
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
