.
আপোনাৰ লগত গঢ়ি উঠা পুৰণিকলীয়া কিছু অভ্যাসে এতিয়া নিশাৰ নিদ্রা হেৰুৱাই । নিশাৰ নিৰ্জনতাত মন যায় এতিয়াও বহু কথাই কবলৈ কিন্তু আপোনাৰ অনুপস্থতিয়ে বৰকৈ কন্দুৱাই... নিৰ্জনতাৰ লগৰী বুলিবলৈ শেতেলীত শুৱা গাৰুটো, অতীতৰ কিছু স্মৃতি আৰু দুচকুৰ অশ্ৰু খিনিয়েই যথেষ্ট এতিয়া 🌻🙂
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
