অপ্রাপ্তীৰ আশা
বিশাল সিক্ত দুচকুলৈ নামি অহা এজাক জোনাক তুমি,আনে নজনা দিশৰ সন্ধান কৰোঁতা ও তুমি মোৰ জীৱনৰ নীৰৱ কবিতাৰ অধিকাৰিও তুমি। বুজা নুবুজাৰ সাক্ষীও তুমি। বুজো মইও অভিমানৰ কম্পিত হাতখনি কেনেকৈ আৱৰিব লাগে। সময় পাৰ হওঁক বাট চাম মইও তোমাৰ বাবে। বছৰ বোৰ আহিব যাব কিন্ত বিশ্বাস আৰু হৃদয়ংগম বোৰ থাকে যাতে সদায়। কাষতেই থাকিবা তুমি মোকো পাবা সদায় তোমাৰেই মাজত ভালে থাকা আৰু হেঁপাহ থাকিল বিশেষ তোমাৰ বাবে।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
