- প্ৰেমিক চৰাই -
মই জানো , মই যোৱা বাটটিতে ৰৈ থাকিবা তুমি । মোৰ হৃদয়ৰ থাপনাত ৰঙা ৰংৰ প্ৰবেশ । মোৰ আউললগা সময়ত তুমিয়েই তো সিচি দিছা ৰঙৰ ফল্গুধাৰা । তুমিয়েই তো মোৰ প্ৰেম প্ৰিয় ফাগুন ।। -------------- পবন ডেকা
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
