যযযযযয
শৰৎ ৰ আগমণে সেমেকা শীতৰ আলোড়ন কুঁৱলীৰ টোপাল বোৰক শৰৎতে জনাই অভিনন্দন। সেউজীয়া ধাননি পথাৰ সৌন্দৰ্যৰে আৱৰা শৰৎ অহাৰ খবৰ শুনি শেৱালীৰ মন যে ভৰা। শৰৎ নাহিলে জানো শেৱালীয়ে সুবাস বিলাব পাৰে শৰৎ অবিহনে হেনো শেৱালী থাকিব কিদৰে । শৰৎৰ আগমনত পুৱাৰ চৰাই জাকে জুৰিছে গীত। স্মৃতিবোৰ জীয়াই আকৌ যেন আহি পালেহি শীত। কহুৱা বনে বতাহত নাচি শৰৎ ৰ দিয়ে আগলি বতৰা কানে -কানে সকলোকে কয় শৰৎ আহিলে শাৰদীয় উৎসৱৰ প্ৰস্ততি কৰা । উৎফুল্লিত মন আজি শৰৎ অহাৰ উমান পাই তাৰে সুখত আজি হেজাৰ দুখবোৰ যেন নিমিষতে পলুৱাই ।
Poetry Books 50% Off
Bestselling collections from top poets
