উদাৰতা একমাত্ৰ আশ্বাস
জুইয়ে পোৰা আকাশ বৰফগলা জোনাক টোপ্ টোপ্ টোপ্ নিয়ৰ সঁৰিচে ...... নিয়ৰ ? নিয়ৰ বাৰু উদাৰ নেকি ? নে পৃথিৱী উদাৰ ? কিজানি উদাৰ সুৰুজো .... সকলো উদাৰ মাটি,পানী,বায়ু,জোন,বেলি,তৰা.... হয়তো উদাৰ তুমিও ! উদাৰতা এক আশ্বাস - যʼত লুকাই থাকে বহু কাহিনী উদাৰতা, এই সময়ত একমাত্ৰ আশ্বাস ।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
