~বন্ধু~
নিঠৰ জীৱনৰ, ভঙা প্ৰতিশ্ৰুতিৰ মাজতেই এতিয়া এই জীৱন আবন্ধ হেই আপোন, হেই হাঁহি মৰমৰ, অভিমানবোৰ এতিয়া যেন অৰ্থহীন । বন্ধু নামৰ হেই এনাজৰী ডাল কিয়?? কিয়?? আজি চুৰ্ণবিচুৰ্ণ হৈ পৰিল,,, কেনেকৈ আপোন মানুহ বোৰ এনেদৰে হেৰাই যায়। আটাইতকৈ আপোন মানুহ বোৰ কেনেদৰে কেনেদৰে সলনি হৈ পৰে?? কেনেদৰে হেই বান্ধোন আৰু মৰম বোৰ পাহৰি পেলাই কোনোবা নতুন মানুহৰ সংগত। সম্বন্ধ বোৰ চাগৈ এনেকুৱাই,,সদায় জীৱনৰ বাবে এক শিক্ষা আৰু সদায় ৰাতি বিষাদ,, হেই হেৰাই যোৱা আপোন বন্ধু জনৰ সন্ধানত।।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
