জুবিন দা
সকলোৰে হিয়াৰ আমঠুজন আজি গুচি গ'ল কাকো নোকোৱাকৈ, কাকো নমতাকৈ প্ৰাকৃতিক ভাল পোৱা বাবেই চাগে প্ৰকৃতিয়েই নিলেগৈ আঁতৰাই কিন্তু আমিবোৰ, অনুৰাগিবোৰ...... আজিও অনুতপ্তত দগ্ধ আমাৰ হিয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ... চিৰন্তন সত্যক, কেনেকৈ মিছা কৰ পৰাহলে হয়তো সকলো উজাৰি অনিলো হেঁতেন সকলোৱে মিলি। কেনেকৈ বজাম উৎসৱ - পাৰ্বনত তোমাৰ অমৰ সৃষ্টি, কণ্ঠৰ গানসমূহ হিদয়ৰ একোনত উচুপি উঠিব হিয়া ৰং - ৰহইচ কৰিবলৈ জানো মন যাব?? তুমি কায়িক ভাৱে আমাৰ মাজৰ পৰা গৈছে কিন্তু হিদয়ত সদায় থাকিবা। কি গোৱা নাছিলা তুমি? বিহুগীত, টোকাৰী, ৰোমান্টিক,ঝুমুৰ ইত্যাদি, ইত্যাদি, ইত্যাদি চিনেমা জগততো তুমি বিয়পিছিলা... কিন্তু নীয়তিৰ আহ্বান তুমি মানি ললা নহয় জানো সূহতিয়া কথাৰে সকলোকে হহুৱাই মঞ্চত ধেমালিবোৰ এতিয়া কোনে কৰিব? কাৰ মন যাব নাচিবলৈ, বোকাত লুতুৰি - পুতুৰি হৈ? তুমি বিহীন অসম এখন ইমান সোনকালে বিচৰা নাছিলোঁ জনা? হে শিল্পী তুমি আছিলা মহান, তুমি প্ৰতাৰক নাছিল, দুখীয়াৰো দুখ তুমি বুজিছিলা তোমাক বিদাই দিয়াৰ আকনো মন নাছিল কিন্তু এতিয়া যে, কবই লাগিব বিদায় জুবিন দা বিদায় । আকাংক্ষা বৰা ✍🏻
Poetry Books 50% Off
Bestselling collections from top poets
