প্ৰেম✿
একে লগে হাত ধৰাৰ পৰা, কেতিয়া ও এৰি নিদিয়াৰ সপোন দেখা দুয়োজনে আজি পৃথক; মাজনিশা তাইৰ কপালত ৰঙা সেন্দুৰৰ ফোট অঁকাৰ সপোন দেখা সি আজি বন্ধ কোঠালিত চিগাৰেটৰ ধোঁৱাৰ মাজত নীৰৱে অকলে বহি থাকে।।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
