যাত্ৰা...
: মোৰ ঠাইত যদি তুমি হোৱা তেন্তে কি কৰিবা? : হাহিৰে আঁকোৱালি ল'ম যন্ত্ৰণাদগ্ধ জীৱনক। : ময়োটো তাকেই কৰিছোঁ! : তুমি ভাগৰিছা,জানা যদি তুমি বিচাৰা জীৱনে তোমাক কোনোদিনে হাৰ মানিবলৈ নিদিয়ে,জীৱন জীয়াই যোৱাৰ কামনা দুৰ্বাৰ কৰা তোমাৰ অমানিশাই তোমাৰেই সংগ দিব : এৰাহ। হেৰাই যোৱাৰ লগতে শেষ হৈ যোৱাতকৈ হেৰুৱা আকাংক্ষাক পূৰ্ণতা প্ৰদান কৰাই শ্ৰেয়। : তুমি সঁচাকৈয়ে পৃথক!! : হয়টো এয়া অমানিশাৰে ফল! : (??) : . . .(নিশ্চুপ) — পংখী🍃
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
