তুমি
তাইক মনৰ কথা কব লাগিব তাক দেখিলেই বুকুৰ কপনি বাঢ়ে শব্দ হেৰুৱায়, থমকি ৰয় খোজ হাঁহিটোত যেন হৃদয়ৰ বতৰা, ক’ব খোজোঁ — “তই মোৰ সপোনৰ তৰা।” পলকতে হেৰায় সাহ, ওঁঠত বাণী, মনত বাজে মাথোঁ প্ৰেমৰ সংগীতা জনী। বেলি মেলে, সন্ধিয়া নামে হয়তো ক’ব নোৱাৰিলেও তাক ভাল পাওঁ বহুত বাৰ..
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
