অকথিত
আজি এটা কাহিনী লিখো,তোমাৰ আৰু মোৰ.. তুমি নদী হোৱা,মই পাৰতে লাগি থকা এখন নাও তুমি পাহাৰ হোৱা,মই আৱৰি ৰাখিব পৰা এজাক ডাৱৰ তুমি ফাগুণ হোৱা,মই নিতে বৈ থকা এজাক বতাহ তুমি তোমাৰ দৰে হোৱা,মই চাই ৰ'ব পৰা এজোৰ চকু কেতিয়াবা কাহিনীবোৰে ৰ'বলৈ ঠাই বিচাৰি পাই, কেতিয়াবা কাহিনীবোৰ অজানিতে হেৰাই যাই হেৰোৱা কাহিনীৰো চাগে কিছুমান 'কাহিনী' থাকে !!! Satya
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
