মায়াভৰা পৃথিৱীৰ কিছু কথা....
হৃদয়ৰ মেটমৰা বোজাবোৰ বুকুতে সামৰি এটি হাঁহি পিন্ধি লৈ মূখত আগবাঢ়ি যোৱাই জীৱন কাৰণ এয়া মায়াভৰা পৃথিৱীত সকলো অভিনয়ৰ সু-সংযত অভিনেতা সকলো ঠিক অভিনয়ে কৰে কিন্তু..... কিন্তু কি..? কি মানে তুমি নাজানা? এই মায়া ভৰা পৃথিৱীৰ চিৰন্তন সত্য? এইখন পৃথিৱীত আৰু সেই পুৰণি মৰম, ভাল পোৱা আৰু নাই জানানে... সকলো অকল নিজৰ স্বাৰ্থক আগত ৰাখি সম্পৰ্কৰ হাত আগবঢ়ায়.....
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
