লৰাৰ জীবন
লৰাৰ জীৱন মাথো আশান্তিৰে ভৰা । ১৫-১৬ বছৰ হোৱাৰ পিছত, লৰাটোৰ ওপৰত এটি বহুত , ডাঙৰ বজা আহি পৰে । লৰাৰ জীৱনত বেলেগ মানুহে, থক বাজী কৰাটো বেলেগ কথা, সময় হলে নিজৰ মাক দেউতাকে আচল মুখ দেখুৱাই দিয়ে । কেতিয়াবা যদি লৰাটোৱে, ঘৰত ভাত দুতিমান বেছিকৈ খায় তেতিয়া মাক দেউতাকে কয় ? ই বৰ খকুৱা । ২১-২২ বছৰ বয়সত লৰাটোৱে যদি কোনো কাম বা চাকৰি নাপায় তেতিয়া ঘৰৰ মানুহে কয় কিমান আৰু দেউতাৰৰ ওপৰত খাবি । তেতিয়া লৰাটোৰ এনে কুৱা লাগে যেন জিয়াই থাকিও তেও মৰি গৈছে । কিন্তু সকলো মানুহ একেই নহয় ।
Poetry Books 50% Off
Bestselling collections from top poets
