মোৰ কলমৰ চিয়াঁহীৰে...
মোৰ কলমৰ চিয়াঁহীৰে তোমাৰ কবিতা লিখিম যাউতি যুগমীয়া প্ৰেমৰ চহৰ তেজপুৰত বহি, উষা-অণিৰূপা আৰু হৰ-পাৰ্বতীৰ কাহিনীয়ে তোমাৰ কবিতা সজাম। প্ৰেমৰ ভাষাৰে চিৰসেউজ আৰু পৰিচিত তেজপুৰ নগৰীত আহিবা, প্ৰেমৰ চহৰখনিত বিচাৰি পাবা হেৰুৱায় যোৱা খিনি তুমি বিচাৰি পাবা নিজৰ মাজত থকাখিনি। প্ৰেমৰ কোনো ভাষা নাই, নাই কোনো জাতি- বৰ্ণ ক'লা- বগা, আপোন- পৰ নাই কোনো চিহ্ন, মোৰ কলমৰ চিয়াঁহীৰে তোমাৰ কবিতা লিখিম। 🕊️
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
