ভালপোৱাৰ বৰষুণ জাক
খিৰিকীৰ সিটো পাৰে ভালপোৱাৰ এজাক বৰষুণ নামি আহিছিল তোমাৰ বিজুলী চাৱনীয়ে যেতিয়া মোৰ দুচকু কপাইছিল !! লাজতে নে ভয়তে নেজানো কপাহী গাল দুখনি তোমাৰ সেন্দুৰীয়া আমৰ দৰে হৈ পৰিছিল সেই Miss......... ভয় কৰা কিয় , আঁতৰিব খোজা কিয় কাষৰৰ পৰা ( টাইগাৰ টো নহয় মই ) বিদ্যা শপত ,প্ৰথম দেখাৰ পৰাই ভাল পাই পেলাইছো তোমাক, সপোনটো কৰোঁ দেখোন প্ৰেমৰেই সংলাপ !! আঁকোৱালি লব জানো নোৱাৰিবা এই অভাজনৰ প্ৰেমৰ প্ৰস্তাৱ ?? ✍️ Mintu Sonowal 🌺
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
