তেলকৈলা আপী টু
কলপেইতা চাদৰ পিন্ধা তেলকৈলা চাপৰ আপিটু ... মোৰ ঘৰ ৰ আগেদি সদাই তাই কবাত যায় লেৰলেৰকে তাই ৰ পুৰনা চাইকেল খেন চলোয় কেনাই দেখুন লহ ফইহা চুলিয়ে তাইৰ লাম্বা আৰু গাল দুখন যেনাই হে আপেল হেন ৰঙা কামাৰ মাৰি হাথা বিস্কিট খোৱা দি খাব মন যায় হাহি টু হে ,উফ কেনে যে ঠৌগা কুন বা কাপেইলা চলিৰ কপাল ত আছে তাই কেতেবা মই খুট্টী ৰ জীয়াকোক টিউচন কৰি থাকলি তাই গাখীৰ নিব আহে খুট্টী ৰ ঘৰত কাই বা দিছি এক যোৰ পায়েল,জক জক কে বাজি থাকে মোৰ গোতাই কইলজা খেনে হম হমে যায় ... মাতুং বুলিও মাতবা নৰু কিবা চিঠি এখন লিখিও দিবা সাহস নকৰু ইফালে ৰাতিও ঘুমটি নাহা হৈছি পুৱা ৰাতি তো গাৰু তুকে সাবতে ধৰো তাই বুলি মুঠতে জীৱন তুও মৰা শগুন হেন হৈছি কেইতাবা তাই চুলি মাখা মেলি যায় তাপলা ৰ লগিন বৈ পৰে তাই ৰ চুলি ও মাই ঐ ,কলিজা ৰ তেজ ফাটি তাইৰ কপালে পাব পিছৰ পে দেখলি চুন কিবা কাৰেন্টে ভলটেজ মাৰি দেয়ে ময়ো কিবা ফাপাৰে খো চলি হেন না আগ বাঢ়িবাই নৰু ,আব্ৰা য়ে না ভেবকা য়ে । তাই ক কম্ভাই দি দেখ্লিয়েই Run out হৈ যাও মন তু যায়ে তাই ৰ বুকুৰ Stadium ত 20 -20 ক্ৰিকেট খেলিম হাও ,ভবা কথা নহয় সিদ্ধি বাটত আছে নেউলে ভেটি পথাৰ ৰ পে পেক ৰুই আহি ভাত খাব বহোতেই দুই গৰাহ ভাত গাইলেছলুহে মাই কলাক নৰেনৰ জীয়েক ৰ বিয়াক মাতি গেছি হাও মোৰ কপাল ,মই চুন বিয়া নকৰোতেই বিধবা হৈ গেলো নৰেন জীয়েক তুয়ে তো মোৰ তেলকৈলা ভাল লগা আপী টু ইথান কি হব মোৰ তাই ৰ বিয়াত ইথান কি মই চুৱাপাত ফেলবো যাম
Poetry Books 50% Off
Bestselling collections from top poets
