কবিতা কেনেকৈ লিখে !!
কবিতা কেনেকৈ লিখে কেনেকৈ 🍀 লিখেনো বাৰু গান লিখিবৰ 🍃🌬️ মোৰো মন আছে শব্দবিহীন এটি গান ❤️ কবিতা কেনেকৈ লিখে কেনেকৈ লিখেনো বাৰু গান 🌿 যি ভাষা চকুৱে কলে অৰ্থ বিচাৰি পোৱা টান ধন নালাগে সোন নালাগে লাগে মাথো এটি সহাৰি জোন নালাগে 🌸 তঁৰা নালাগে লাগে মাথো এটি হাঁহি সাধাৰণ 💗 মোৰ জীৱনত অসাধাৰণ সুখ দোৱাহি কাগজৰ কবিতাবোৰে কিদৰেনো মন পঢ়ে কিদৰে আখৰে মন ভৰে||❤️🌿
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
