নিনাদ
শুনা নাই বহুদিন তোৰ নিনাদ সেয়েহে মোৰ বুকুত ওপজিছে বিষাদ, নাজানো তই এতিয়াও মুক্ত নে কাৰোবাৰ পিঞ্জৰাত আবদ্ধ তোৰ কথা ভাবি কেতিয়াবা হওঁ মই শ্বাসৰুদ্ধ।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →