কলা ৰুৱনী
টিকা ফটা ৰদত চেনেহী ৰুৱনী ঘাম পানী মিহলি হয় বোকাত পথাৰত সেউজীয়া হাঁহি হালধীয়া হৈ পৰিব সপোন ভৱিশ্যতৰ ভাতৰ হাঁহি অ ৰ'দ, অলপ দয়া কৰিব নেকি ৰুৱনীয়ে হাঁহিব নোৱাৰা হল ।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →