ভাগ্য
হাতত নাই ফুটা কড়ী তথাপি আশ্বাসৰ আঙঠি টুপটুপাই আশাৰ পানী, অনাহাৰতো হাঁহি। ভাগ্য? সি কেতিয়াবা হাঁহে, নিলাজ মই পকেটত উদং হোৱাৰ গীত বাজে শ্ৰমৰ ঘামেৰে ভিজে বুকু, কিন্তু কপাল সিমানেই , নিৰুপায় মাথোঁ বিচাৰি যাওঁ মৰমেৰে, পৰিশ্ৰমেৰে, নীৰৱ আশাৰে, আশা মাথো এপলক হেপাহৰ চাৱনি দিনটো উজুৱাই যাওঁ আপোনবোৰ যেন কেতিয়াও নিজ নহয়। সপোনবোৰ মচি পেলা
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
