ব্যস্ততা
পৃথিৱীৰ প্ৰতিটো বস্তুয়ে ব্যস্ত থাকে পানী বৈ থাকে, সময় গৈ থাকে, গছ তৰু-লতাৰ পাত সলনি হৈ থাকে বতৰ সলনি হৈ থাকে, নিজৰা বৈ থাকে, সূৰ্যয়ে পোহৰ দি থাকে, জোনাকে একান্ততাৰ গান গায় থাকে মানুহ আহি থাকে আৰু গৈ থাকে কিন্তু!! জীৱন এবাৰে আহে, গ'লে উভতি নাহে। ব্যস্ততাৰ অজুহাত দেখুৱাই আপোনক জনক আতঁৰাই নথব! নিষ্ঠুৰ সময়ৰ কালে বাট চাই থাকে ক'ত কাৰ আপোন জনক পৃথক কৰিব পাৰে।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
