শব্দ কোঠালি
মোৰ শব্দৰ কোঠালি এতিয়া মুকলি দিনে দিনে পোহৰৰ ধেমালি ৰং বোৰে লুকা-ভাকু খেলেহি আহি নিজনাৰ কাষতে ৰৈ পৰি, শেৱালী ফুলৰে গোন্ধত আমোলমোল নিজানৰ নয়নত এতিয়া সকলো মুকলি, ৰৈ আছে এতিয়া সময়ৰ প্ৰভাত পোৱা হোৱাৰ অজস্ৰ অপেক্ষাত।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
