বিফলতাৰ আঁচলত
বিফলতাৰ আঁচলত জীৱনৰ পথত অসংখ্য বিফলতা, পদে পদে শূন্যতাৰ দংশন। শব্দবোৰো আজি হেৰাই গ'ল, অভিমানত স্তব্ধ মোৰ ভাষা। অশ্ৰুৰ জোনাকে আঁকিছে আঁচল, বিষাদৰ ধূঁৱায় ঢাকি লৈছে দিন। তথাপি হৃদয়ৰ গহীন কোণত এটি আশা-দীপ্ত প্ৰভাত উদয় হ’বই।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
