অনুৰাধা
বন্ধ কোঠালিত খিৰিকী আৰে চোৱা আকাশত থকা সেই জোনাক যেন তুমি অনুৰাধা ! শীতৰ সেই সেমেকা পুৱাৰ অভিমানি লাজুকী যেন তুমি অনুৰাধা ! অস্থিৰ সমিৰৰ গভীৰত তোমাৰ চায়া গান মোৰো গাব মন মাথো শব্দৰ অভাৱ অনুৰাধা ! অৰুপ.
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
