বেৱফা আশিক
কাহানিবা তুমি কাষ চাপিলে ভাল লাগিছিল মোৰ .... এতিয়া তোমাক দেখিলে ভাল লগাবোৰ লুকাব ধৰে ... লাহে লাহে আৰু ক্ৰমশঃ মই মোৰ বুকুত ঘৃণা ৰ বীজ শিপালো তোমাৰ নাম ৰ ... তোমালৈ বুলি । মোৰ ভালপোৱা বোৰ পাইকাৰী হাৰত এৰি দিয়া বাবে মই তোমাক ঘৃণা কৰিব সাজু হৈছো মোৰ আত্মহনন ৰ ডায়েৰী ৰ প্ৰতিটো পৃষ্ঠা অলংকিত কৰিম তোমাৰ ভালপোৱা বোৰৰ সমালোচনা কৰি আচলতে ভালপোৱা নো কত আছিল তোমাৰ ? মোক তো তুমি ব্যৱহাৰ হে কৰিছিলা তোমাৰ খালী সময় বোৰ ত সমীকৰণ টানিবলৈ যিমানে ভাল পাইছিলো তোমাক সিমানেই ঘৃণা কৰিম তোমাক হয়তো তুলনাগত ভাবে বেছিকৈহে তেজৰ শ্বেত ৰক্ত কণিকাবোৰ হালধীয়া নোহোৱালৈ ধৰ্ষন কৰিম তোমাক মোৰ শব্দৰ বিচনাত তোমাৰ উদং বক্ষ বৃত্ত ৰ পৰা আজুৰি আনি তোমাৰ কলিজাৰ কেছা তেজেৰে লিখিম তুমি বেৱফা আশিক যি সেন্দূৰ তুমি আজি পিন্ধিছা মোৰ স্মৃতিবোৰ জলোৱা জুইকুৰা সাক্ষী কৰি সেইকণ সেন্দূৰেও চিয়ঁৰি চিয়ঁৰি আজি ন্যায় বিচাৰিছে .... বেৱফা আশিক ৰ সেওঁতা ত হেনো সেন্দূৰৰ স্থায়ী ঠিকনা নাই ❤️❤️
Poetry Books 50% Off
Bestselling collections from top poets
