পৰিধি
সুখৰ সীমনা চুব খোজোতেই দুখৰ পৰিসীমা শেষ নহয় । শেষবিহীন ৰাতি এটি জোনাকীৰ টিপচাকি । পোহৰাই তুলিব খোজে সমস্ত ভূৱন । অট্টহাস্যত থমকি ৰয় মোৰ দুচকু ।। ------------------------- পৱন ডেকা
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
