* শূন্যতা *
তোমাৰ উশাহ তোমাৰ গান বসন্তৰ বতাহত । নাহৰৰ পাত, ফুলে তুমিয়েই বিৰাজমান । তোমাৰ শূন্যতাত বহাগ উৰুঙা হলেও প্ৰকৃতিৰ কোলাত তোমাৰ জয়গান । তোমাৰ গীত অবিহনে বহাগ আধৰুৱা । শূন্য উশাহত তোমাৰ নাম ।। __________ পৱন ডেকা
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
