jorhat days
বসন্ত আগমনত ডাল এৰি অহা পাতে কুলিৰ মাততে জানো ন -ৰুপ নাপাই? সৰি পৰা এনে এক ঠিকনাৰ আন এক ৰঙীন সৰ্বনামেইটো হল "বহাগ"। ব্যস্ত পৃথিৱী খনত ভাল কৈ কাহিনী এটা সজাবলৈ সংগী লাগে নহয় নে? হয়তো জোনাক চাবলৈ,আৰু কেতিয়াবা নিৰৱতাৰ সংগী হবলৈ। তাৰেই এক নতুন বিশেষ সৰ্বনাম "আপুনি" ,,,,,,,,,,, এই যে আপোনাৰ অনিচ্ছা সত্ত্বেও দিনটো সবিশেষ জনোৱা,আপোনাৰ অৰ্নগল খবৰ লোৱা,অনলাইন নেদেখিলে are you ok!? বুলি মেছেজ কৰা , আপোনাৰ জীৱনত এনে ঠিকনাৰ আলহী হৈছেনে?,,,, হয়তো তেওঁ আগমনত মোৰ জীয়া জীৱনে শৈশৱ অনুভৱ কৰে' আৰু হয়তো মোৰ জোনাক নিশাৰ আকাশ খনে আপোনাক এজনী জোনাকী আৰু সেই জোনাকীজনীৰ মই এটা পূৰ্ণ জোনাক হোৱা বিচাৰে।,,,,,,❤️ এইয়া এখন হ্ৰদয়ৰ গৰাকীৰ চকুত দেখা ভাল লগা কথা,.,,,,,,,, #jorhat days
Poetry Books 50% Off
Bestselling collections from top poets
