#Jealousy🌻
অ" মই Jealous ফিল কৰোঁ যেতিয়া তোমাৰ ফটোবোৰত আন কাৰোবাৰ কমেন্ট দেখোঁ, তুমি কেনেকৈ সিহঁতক ৰিপ্লাই কৰিছা সেইটোও চাওঁ আৰু তোমাৰ ফটো বোৰত কোনে Love ৰিয়েক্ট কৰিছে কোনে Care ৰিয়েক্ট কৰিছে সকলো তন্ন তন্ন কৰি চাওঁ মই..! এয়া সন্দেহ বুলি নাভাবিবা তোমাক কেতিয়াও আনৰ হ'ব দিব নোৱাৰোঁ ! তোমাক হেৰুৱাৰ ভয় হে সেইটো মোৰ সন্দেহ নহয় ! অ: Jealous ফিল কৰোঁ যেতিয়া আন কাৰোবাৰ প্ৰশংসা মোৰ সন্মুখত কৰা তুমি.. মই নিবিচাৰোঁ মোৰ বাহিৰে তুমি আন কাৰোবাক Importance দিয়াটো ! আচলতে কি জানা মোৰ বহুত ভয় লাগে অ'‚ কোনোবাই তোমাক মোৰ পৰা আঁতৰাই নিয়ে বুলি, মই থকাৰ পিছতো যেতিয়া অইন কোনোবাই তোমাক happy feel কৰাই তেতিয়া মই সহ্য কৰিব নোৱাৰোঁ ! বহুত বেছি ভাল পাওঁ যে তোমাক, আন কাৰো লগত ভগাই ল'ব নোৱাৰোঁ মই,, তাৰ মানে এইটো নহয় যে তুমি সকলোকে এৰি সকলো সময়তে মোৰ লগত কথা পাতি থাকিব লাগে বুলি,, সকলোৰে লগত কথা পাতা কিন্তু এনেকুৱা একো নকৰিবা যিটো কৰিলে মই দুখ পাওঁ বা মোৰ বেয়া লাগে । সকলোৰে লগত কথা পাতা কিন্তু মাজৰাতি সময়কণ মোক দে.! মোক Good night দি আন কাৰোবাৰ লগত কথা পতাটো মই সহ্য কৰিব নোৱাৰোঁ ! ৰাতিপুৱা হাজাৰ জনক good morning দিয়া তাত মোৰ কোনো আপত্তি নাই কিন্তু প্ৰথম মোৰ পৰা আৰম্ভ কৰা!!
Poetry Books 50% Off
Bestselling collections from top poets
