Javed: My name is my pride
মোক লয় যেতিয়া তোমালোকে আলোচনা, হিংসা আৰু ঠাট্টা কৰা তেতিয়া মই বৰ সুখী আৰু গৌৰৱ অনুভৱ কৰোঁ, কাৰণ তোমালোকে কেতিয়াও মোৰ দৰে হ'ব নোৱাৰা। মই বৰ বিশেষ আৰু অতি বিশেষ হয়, তোমালোক মোৰ দৰে কেতিয়াও হ'ব যে নোৱাৰা সেই কথা জানা বুলিহে মোক লয় সমালোচনা, হিংসা আৰু ঠাট্টা কৰিছা। মনত থ'বা সফলতা আৰু সন্মান মানুহ মুখ চাই নাহে ভাগ্য চাইহে আহে, মোৰ ভাগ্য লিখা জনে মোক বৰ বিশেষ ভাগ্য দিলে যিতো হেজাৰত এজন থাকে এয়া মোৰ গৌৰৱ আৰু অভিমান। I am very happy and proud when you discuss, violate, and make fun of me, because you can never be like me. I am very special and very special; you criticize, violate, and make fun of me because you know you can never be like me. Success and honor don't come by looking at people's faces but by looking at luck. The one who wrote my destiny gave me a very special luck where there's one in a thousand. This is my pride.
Poetry Books 50% Off
Bestselling collections from top poets
